Friday, February 21, 2025

 

                                   দৰংৰাজবংশাবলী উপস্থাপনা এবং মহাৰাজ নৰনাৰায়ণ চিলাৰায়

                                                                                             -সুজন বর্মণ

  মঙ্গলাচৰণ [ম.-১.০]:

    একটা গ্রন্থৰ উপস্থাপনা চিনায় উয়াৰ ল্যেখকক, চিনায় উয়াৰ ল্যেখন শৈলী, ল্যেখন-লক্ষ্য উদ্যেশ্য আৰহ্ সেইকালিয়া সমাজ সংস্কৃতি তথা ঐতিহাসিক দিশা। ‘দৰংৰাজবংশাবলী’ এ্যাখান কাব্য ইতিহাস। সপ্তদশ- অষ্টাদশ শতিকা কাব্য ইতিহাস ল্যেখাৰ কাল। সংস্কৃতত সাহিত্যৰ পৈলা প্রকাশ ‘পদ্য’। বেঝাকিত (পাদবন্ধনহীন) পদলাক গদ্য কওয়া হয়- ‘বৃত্তবন্ধোজ্ঝ্বিতং গদ্যং”।  মহাৰাজ নৰনাৰায়ণেৰ আমল থাকি গদ্য ল্যেখাৰ সূচুনা হইলেও ইতিহাস গদ্যত ল্যেখাৰ তেমন চর্চা নাই হয়। মহাৰাজ নৰনাৰায়েৰ ৰাজসভাৰ মুকুটমণি নাট্য সাহিত্যত গদ্য এবং পদ্য দুই-ই ব্যবহাৰ কৰিছে। কিন্তু ইতিহাস ল্যেখাৰ ধাচ গদ্যত নাই হয়। ল্যেখক  সূর্যখড়ি দৈবজ্ঞ নিজেই প্রাচীন কামৰূপেৰ দৈবজ্ঞ ব্রাহ্মণ। প্রাচীন কামৰূপ বিশ্বেৰ ঋত্বিক, পৈলা অগ্নিযজ্ঞকাৰী অথর্ব ঋষিৰ দ্যাশ। ‘মিডিস’(মধ্য পার্সিয়া) এই অথর্ব ঋষি থাকি কামৰূপত তন্ত্র তথা জ্যোতিষ বিদ্যাৰ চর্চা। এই দৈবজ্ঞ ব্রাহ্মণ ‘দৰংৰাজবংশাবলী’ তথা কুচবেহাৰেৰ মহাৰাজনৰনাৰায়ণ চিলাৰায়েৰ এক জ্বলোলই ইতিহাস কাব্যিক ৰূপ-ছ্বন্দ্ব-উপমা  কল্পনা দিয়া সাজেয়া তুলিছে। সেই ‘দৰংৰাজবংশাবলীত’ নৰনাৰায়ণ এবং চিলা ৰায়ক কী হিসাবত কেমুন কৰি ফুটি তুলিবাৰ চাইছে, সেইটাৰে ‘উপস্থাপনা’ ঢক আমৰা আলোচনা কৰিমু।

   ল্যেখাইয়া নিজে মহাৰাজক বা মহাৰাজেৰ ভাই শুক্লধ্বজ বা চিলা ৰায়ক যে হিসাবত দেখিছে বা উমাৰ কর্মকাণ্ড শাসন বীৰত্ব বা ৰাজ্যেৰ ধর্মভাবনা পূজা পার্বণ যেমুন কৰি ফুটি উঠিছে, সেইটায় সেই সমায় কালেৰ সাংস্কৃতিক আয়না, যাৰ ছবি দেখিয়া আমৰা ইতিহাস জানিৰ পাই।  এটি জাতিতত্ব বিষয়ত কঠোৰ কোনো যুক্তি দেখেবাৰ উদ্যেশ্য নোয়ায়। আমৰা যা দেখি সেইটায় তলতি ধৰা হবে।

   বিশ্বসিংহ [বি.-২.০]:

     সংস্কৃত সাহিত্য তথা নাট্য সাহিত্যৰ ‘ভাৰতনাট্যম” ৰীতি অনুসৰণ কৰি গ্রন্থখান সূচুনা হইছে বন্দনা দিয়া যা ‘পূর্বৰঙ্গীয়’ মঙ্গলাচৰণ বা নান্দী । বন্দনাৰ সূচুনাতে শ্রীকৃষ্ণ বা নাৰায়ণ বন্দনা। পাছোত দেবী বাঘেশ্বৰী, মহেশ্বৰ, সৰস্বতী, গণেশ, ঈশান আদি নানান দেবতাৰ বন্দনা কৰি কাব্যত বাচিক ‘ৰঙ্গদ্বাৰ’ কৰে :-

           শ্রীকৃষ্ণায় নম:

প্রথমে প্রনামো নাৰায়ণ বাসুদেৱ।

ব্রহ্মা মহেশ্বৰ যাক সদা কৰে সেৱ।।

মৎসৰূপে চাৰি বেদ কৰিলা উদ্ধাৰ।

কুর্মৰূপে ধৰণীৰ বহিলাহাঁ ভাৰ।।

 

যজ্ঞবাহৰূপে ভূমিক উদ্ধাৰি।

নৰসিংহে হিৰণ্যকশিপু দৈত্য মাৰি।।

বামন স্বৰূপে ছলিলাহাঁ দৈত্যপতি।

পৰশুৰামৰূপে ক্ষত্রী বধিলা সম্প্রতি।।

 -------------------------------

জয় বাঘেশ্বৰী দেবী জগত জননী।

পদ্মহস্তা হৰিপ্রিয়া বাক্যবিধায়িনী।।

ত্রিদশে কৰয় পূজা তোমাৰ চৰণে।

কৃষ্ণৰ কণ্ঠত তুমি থাকা সর্বক্ষণে।।

--------------------------------

    এই ঢক কৰি বন্দনা কৰি কৰি আগেয়া যায় কাব্য। সংস্কৃত নাট্য সাহিত্যৰ ঢক অনুযায়ী বন্দনাৰ পাছে পাছে হয় ‘সভাপূজা’। নাটকেৰ দৃশ্যকাব্যে সভাস্থলত উপস্থিত দর্শক থাকিলেও কাব্য ইতিহাসত যেন গোটায় দুনিয়াৰ অদৃশ্য বিষ্ণুভক্তলায় দর্শক। এই বাদে কাব্যকাৰ ল্যেখে:-

     সংসাৰত বিষ্ণুভক্ত আছে যত যত।

    একেবাৰে প্রণামো সবাৰে চৰণত।।

    মঞি মহা অধমক কৰিয়োক দয়া।

    তোমাসাৰ প্রসাদত নিস্তৰিবোঁ মায়া।।

 

   ‘সভাপূজা’-ৰ পাছোত কাব্যকাৰ সজ্ঞা দিয়া বর্ণণা সূচুনা কৰে। সজ্ঞাত নিজেৰ পৰিচয় না দিয়া বিষয়বস্তুৰ তলতি ধৰে। এবং এই বৈষ্ণব ৰাজাৰ মহা কাহিনী শুনিয়া মহা পাপ ক্ষয় হবে সেই কথাও তলতি ধৰে :-

   বোলোঁ কৰযোৰে শুনা সবে সভাপদ

   শিৱপুত্র বিশ্বসিংহ নৃপতিৰ পদ।।

  মোৰ পদ বুলি নধৰিবা গুণদোষ।

  শিববংশাবলী শুনি হুয়োক সন্তোষ।।

 

  সমুদ্র নাৰায়ণ বোলে মোৰ বাক্য শুন।

   মোৰ উর্ধ পুৰুষে কৰিছে যতো গুণ।।

  কেন মতে বিশ্বসিংহ নৰপতি ভৈলা।

   কাহাৰ বংশত আহি উতপৰি হৈলা।।

 

  কতেক ভৈলন্ত তান বংশধৰ সূত।

  কোন কোন ৰাজা হৈলা প্রস্তুত।।

  বৈষ্ণব ৰাজাৰ কথা শুনা যিত জন।

  ব্রহ্মহত্যা আদি পাপ হৱয় মোচন।।

 

       হৈহয় ক্ষাত্র বংশেৰ হৰিদাস মণ্ডল পালেয়া থাকা জীবনেৰ আন এক পর্যায়েৰ সূচুনা হয়। হীৰা দেবীক বিয়াও কৰায়। এবং পুত্র উপজন হয় বিশু বা বিশ্বসিংহ:-

যেতিক্ষণে শিৱপুত্র ভৈলা উতপন।

           আপনিয়ে বাজিলেক ব্যাল্লিশ বাজন।।

           হস্তী ঘোড়া সব ৰঙ্গে কৰিলা চিঁহাৰ।

           আনো সুমঙ্গল যত মিলি অপাৰ।।

  ছাওয়ালী বেলাত গৰু চৰাইতে চৰাইতে দুর্গাপূজা খেলা কৰিবাৰ মন যায়। ফড়িং ধৰিয়া দুর্গা পূজা কৰে। মানে দূর্গা পূজাৰ চল আছিল।

  এই ঢক কৰি ডাঙ্গৰ হয়া বাপেৰ ৰাজ্যশাসনেৰ হাল ধৰে বহু জমিদাৰক পৰাজিত কৰি কামতেশ্বৰ উপাধি নেয়। ঐন্দ্রাভিষেক কর্মত যত নাগে সৌগ আয়োজন হইল:

      যমুনাই সৰস্বতী    কাবেৰী পৰৰম গতি।

           আনো তীর্থ আছিল যতেক।

   সমস্তৰে আনি জল    কৰিলেক সুমঙ্গল

          অভিষেক কৰিলেক প্রত্যেক।

          -------------------------

    কুবাচ কছাৰী গণে    মাদল বাজয় ঘনে

         তাৰ মতে সিও গায়ে গীত।

                 ------------------  

   হোম যজ্ঞ আদি যত  অর্চ্চিলন্ত নানামত

         যজ্ঞ সাঙ্গে দক্ষিণা কৰিলা।

  ব্রাহ্মণ দৈবজ্ঞগণ অর্চ্চিলন্ত জনে জন

         সমস্তৰে মন স্নতোষিলা।

 ---------------------------

   শিবদুর্গা চিন্তি মনে বসিলন্ত সিংহাসনে

          কনক অঞ্জলী দান দিলা।

 

     এই নাখান কৰি আরো নানান মঙ্লল আচৰণ কৰিয়া অভিষেক কর্ম সমাপন হইলেক এবং গ্রন্থ সূচুনা পদও টকাইল হইলেক  কৃষ্ণ এবং ৰাম নাম নিয়া:-

      কৃষ্ণে সে দেৱৰ দেৱ     কৃষ্ণ বিনে নাহি কেৱ

              এৰা সবে ভাসভুষ কাম।

    আপুনি সংসাৰ তৰা       পুৰুষ উদ্ধাৰ কৰা

             নিৰন্তৰে বোলা ৰাম ৰাম।

 

পাছেৰ ছ্যেওত ৰাজপুরোহিত নির্বাচন কৰি সভা মণ্ডলী তৈয়াৰ, আঠারো কইনা বিয়াও এবং সন্তান  উপজন:

      গর্ভাধন কৰিলন্ত সমস্তে ভার্যাত।

      পাচে দশে সমস্তৰে পুত্র জাত।।

      ------------------------------- 

      হেমপ্রভা হন্তে যিতো পুত্র উতপন।

      গণিয়া দিলন্ত নাম নৰনাৰায়ণ ।।

     পদ্মাবতী হন্তে যিত পুত্র উতপতি।

     তান নাম শুক্লধ্বজ থইলন্ত সম্প্রতি।।

 

   নৰনাৰায়ণ চিলাৰায় [ন. চি.:৩.০]:  

    কাব্য ইতিহাসেৰ ঘটনা ছ্যেও আগেয়া আসিল মূল জাগাত যেনে। উপজন হইলেক মহাৰাজ নৰনাৰায়ণ চিলা ৰায়েৰ। এই মহাৰাজ নৰনাৰায়ণ চিলা ৰায়-ই কাব্যৰ ‘পতাকা’। এই ছ্যেও থাকি   শ্যাষ  অবধি চলিবে মহাৰাজ নৰনাৰায়ণ চিলা ৰায়েৰ সুকীত্তি। এই দুইয়েৰ মাঝত কায় মূল ‘পতাকা’। এইটা জানিৰ গেইলে ঝলঝলা হয়া ফুটি যে, মহাৰাজা নৰনাৰায়ণ। তবে একজন আন এক জনেৰ কণেক হইলেও পৰিপুৰক; বলৰাম-শ্রীকৃষ্ণ তথা ৰাম-লক্ষ্মণেৰ নাখান। দুইজনকে নাৰায়ণ অংশত জন্ম (উপজন) কওয়া হইছে। নৰনাৰায়ণ মূল ‘নাৰায়ণ’ বা অবতাৰ; এবং শুক্লধ্বজ উয়াৰ সহায়কাৰী ‘শক্তি’।

   এই নাখান কৰি মহাৰাজ নৰনাৰায়ণ আৰ চিলা ৰায়ক ৰাম-লক্ষ্মণেৰ নাখান কৰি ফুটি তুলিছে। আমৰা বাস্তবতও সেই নাখান ইতিহাস আন আন গ্রন্থ থাকি দেখিৰ পাই। মহাৰাজ ডাঙৰ ভাই, এবং উমাৰ সেনাপতি ছোট ভাই- এই নাখান উদাহৰণ পৃথিবীত কম দেখা যায়। আৰ ভাতৃভক্তিৰ ভাতৃ মিলনেৰ জ্বলাজ্বল ছবি একমাত্র ‘ৰামায়ণ’-তে দেখা গেইছে। আৰ মহাভাৰতও। এই বাদে এই কাব্য ইতিহাসক, মহাকাব্যিক গুণেৰ কণেক কমতি থাকিলেও মহাকাব্য অনুসাৰী এক ‘ক্ষুদুৰি মহাকাব্য’ কওয়া যায়।

     মাহাৰাজ নৰনাৰায়ণ চিলা ৰায়েৰ বাচ্চা থাকি বড় হয়া ওঠা,-  নামকৰণ,  গুলিবাট(ভাগ্য বাটা কাম, ৰাজা নির্ধাৰণ), গুৰুকৰণ,  শিক্ষা অর্জন, বিয়াও - এইলা আমৰা দেখিৰ পাই ছ্যেওবাহক বিবৰণেৰ মাঝত।  

     এই ছ্যেওগুলাৰ মূল মূল কিছু ছবি এটি তলতি ধৰি।

 

   নৰনাৰায়ণ আরো চিলায়েৰ বেনাৰস যাত্রা [ন. চি. বে.- ৩.১] :  

     বৈদিক কালত আট থাকি বারো বছৰেৰ মইধ্যতে পৈতা দান কৰিয়া গুৰুৰ কাছত শিক্ষা গ্রহণ হয়।    পৈতা শব্দটাৰ সিজ্জন “উপবীত” থাকি[উপ-বী+ত=(যজ্ঞত আনা হইছে এমুন চিন স্বৰূপ “যজ্ঞসূতা”)]। আৰ “উপনয়ন”[উপ (বগল)+আনয়ন) মানে গুৰু কাছত উপনীত কৰাৰ চিন স্বৰূপ যজ্ঞসূতা। আৰ এই পৈতা নয়গুণ আছিল বুলি নাম “নগ্গুন”[<নৱগুণ]।।

    হামৰা এটি মইধ্য যুগত বিশ্বসিংহৰ ছাওয়াৰ গুৰুৰ কাছত শিক্ষাৰ নিদর্শন পাই। আঠারো জন ভাইয়েৰ মাঝত দুই জনক বেনাৰসত শিক্ষা লাভ কৰে। আন ভাইলা উমাৰ শিক্ষাৰ বেলাত দৈবজ্ঞ ব্রাহ্মণ, আচার্য্য, বিপ্র- ইমৰায় যথেষ্ঠ। আৰ মল্লদেব ৰায় আৰ শুক্লধ্বজ ৰায়েৰ বেলাত বেনাৰসেৰ উচা শিক্ষা। যেহেতু মল্ল আৰ শুক্ল হবে ৰাজ্যেৰ ৰাজা আরো মহাসেনাপতি।

   ইমাক পেঠায় বেনাৰসত মহাগেয়ানী বীৰশক্তা ৰাজা আৰ মহাগেয়ানী বীৰশক্তা সেনাপতি তৈয়াৰ কৰাৰ তানে:-  

        সন্ন্যাসী বৈৰাগী দুখী ভিখী দেশান্তৰী

        তাসম্বাক পূজা কৰিবি আজি ধৰি।

        এহি মতে ভাগে ভাগে আজ্ঞা কৰিলন্ত।

        মল্ল শুক্ল দুইকো পঢ়িবাক পঠাইলন্ত।।

 

        পিতৃৰ চৰণ দুই ভাই বন্দিলন্ত।

        পঢ়িবাক লাগি বাৰাণসীক গৈলন্ত।।

        ব্রহ্মানন্দ সন্যাসীক পাইলা দৰিশন।

        সেহি স্থানে পঢ়িয়া ৰহিলন্ত দুই জন।।

 

        সন্ন্যাসীও   দয়া কৰি দুহাঙ্কো ৰাখিলা।

        গুৰুৰ বচনে দুয়ো শাস্ত্র অভ্যাসিলা।।

        ব্যাকর্ণ পুৰাণ শ্রুতি স্মৃতি মীমাংসাৰ।

        শিকিলন্ত অস্ত্রশস্ত্র অথর্ববেদৰ।।

 

       সম দম দায়া ভেদ ন্যায় নীতি যত।

       জ্যোতির্বেদ তর্ক শাস্ত্র শিকে নানামত।।

       এক মনে পঢ়ে দুয়ো ত্যাজি আন কাম।

       ভণে সুর্য্যখড়ি ডাকি বোলা ৰাম ৰাম।।

 

   প্রাচীন কালত শিক্ষা মানে বেদ অধ্যায়ন। আৰ বেদ অধ্যায়নেৰ মধ্য দিয়ায় সৌগ নাখান শিক্ষা কৰাৰ পত্তিটা বেদ ১২ বছৰ কৰি ৪৮ বছৰ ব্রহ্মচর্যৰ পূর্ন কাল। কাঁহো কাঁহো তিনটা বেদ পড়ি বেদাধ্যায়নকাল শ্যাষ কৰিছিল। ফিৰ এক একটা বেদ ৬ বছৰ কৰি ২৪ বছৰে ব্রহ্মচর্য শ্যাষ কৰিছিল। এই ছাড়া ৩ বছৰ কৰি ১২ বছৰতে ব্রহ্মচর্য শ্যাষ কৰাৰ ৰীতিও আছিল। বেদাধ্যায়ন কৰি গুৰু গৃহ থাকি ফিৰাৰ নাম সমাবর্তন। এই সমাবর্তনেৰ সমায় নানান পবিত্র দ্রব্য সিঞ্চন কৰা হয় অর্থাৎ স্নান কৰা হয়; এই বাদে শিক্ষার্থীক স্নাতক কওয়া হয়।

    তায় এই প্রাচীন ধাৰাৰ ফিৰাণি হামৰা দেখি মল্ল আৰ শুক্লৰ বেনাৰসত শিক্ষাৰ মাধ্যমত। প্রাচীন বৈদিক ব্রাত্য ৰীতিত ৰাজায় মহাগিয়ানী মহাশক্তিশালী ঈশ্বৰ “ব্রাত্য সমূহপতি” [সগাকে সমান দ্যাখে, সগাৰে পিতা, সগাৰে জনক, নৰেৰ নৰক]।

 

   শ্রীশ্রীমৎ নৰনাৰায়ণ-চিলাৰায় কথা [শ্রী. ন. চি.- ৩.২.]:

  “শ্রি” মানে সেবা কৰা; এই ‘শ্রি” ‘শ্রী” বানানত ব্যবহৃত হইছে প্রাচীন কামতাতে। শ্রী মানে যাক সগায় সেবা কৰে। বা শ্রী মানে ভাল, লক্ষ্মী, শোভা, সম্পদ, ঐশ্বর্য্য, সৰস্বতী, আলোৰ ঝলমলি(অলোলই-ঝলোলই), সৌভাগ্য, ইত্যাদি। আৰ এই বাদে মানষিৰ নামেৰ আগোত সৌজন্য সম্মান অর্থৎ “শ্রী অমুক ---” ইত্যাদি ব্যবহাৰ।

  এই শ্রী-ৰ সাথত মৎ(মান/বান, বন্ত/মন্ত); অর্থাৎ শ্রী(ঐশ্বর্য্য,সৌন্দর্য্য) আছে এমুন অর্থৎ ব্যবহৃত। আৰ এই শ্রীমৎ ব্যবহৃত হইছিল আধ্যাত্মচর্যাৰ মানস্বৰূপ যায় সাধু-সন্ত বা গিয়ানী ধিয়ানী হইছে উয়াঁৰ নামেৰ আগোত ; এমুনকি শাস্ত্রগ্রন্থকও কওয়া হয় “শ্রীমৎ”, ---“শ্রীমদ্ভবতগীতা” ইত্যাদি।

   এই নাখানে মহাৰাজাধিৰাজ আৰও চিলা ৰায় আছিল “শ্রীশ্রীমৎ” অভিধাত অভিধিত।

  “স্বস্তি শ্রীশ্রীমৎ মল্ল শুক্ল দুই ভাই ।

  তযু পিতা পৰলোক জানা সমুদায়।।

  নৰসিংহ ৰাজা ভৈলা পিতৃৰ ৰাজ্যত।

 তোৰা দুই পাচে ৰাজা হৈবা কেন মত”।।

 

 আৰ ইয়াৰে পত্তিফলন পাওয়া যায় নাৰায়ণি মূদ্রাত:

         

পাঠ:- শ্রীশ্রী মন্নৰনাৰায়ণ ভূপালস্য শাকে [শ্রীশ্রীমৎ নৰনাৰায়ণ ভূপালস্য শাকে, শ্রীশ্রীমৎ+ন= শ্রীশ্রীমন্ন, ন-ৰ দ্বিত্ব]।

 

এমুন কি মহাৰাজ লক্ষ্মীনাৰায়ণও “শ্রীশ্রীমৎ” অভিধাত অভিধিত।

 

পাঠ:- শ্রীশ্রীমল্লক্ষ্মীনাৰায়ণ ভূপালস্য শাকে[ শ্রীশ্রীমৎ+ল’=শ্রীশ্রীমল্ল, ল-ৰ দ্বিত্ব]

আৰ পাছেৰ চিলা ৰায় সম্বন্ধে কি কই? ৰামায়ণেৰ ৰামেৰ ভাই লক্ষণেৰ পাছোত অমুন ভাই দেখা গেইছে কি পৃথিবীৰ ইতিহাসত, দাদা ৰামতুল্য, আৰ ভাই লক্ষ্মণ তুল্য?

  মহাভাৰতেৰ ভাতৃ মিলন[ পঞ্চপাণ্ডব, শ্রীকৃষ্ণবলৰাম]-ও এই মল্লনাৰায়ণ ৰায়  শুক্লধ্বজ ৰায় এৰ মিলন তুল্য চিৰ ফমযোগ্য ইতিহাস।  

      মহাৰাজ নৰনাৰায়ণ ৰাজসভাত চালু কৰে সংস্কৃত ভাষাত কথা কওয়া:-

           “সংস্কৃত বিনে কেহো মত না মাতাইও

            সামান্য কথাকো সবে সংস্কৃতে কহিও”।

    এই নাখান সংস্কৃত চর্চা চলি থাকে ৰাজসভাত। হয়া থাকে গ্রন্থ ৰচনা। “মল্লদেবী”  সংস্কৃত অভিধান লেখে মহাৰাজ নৰনাৰায়ণ; আৰ চিলা ৰায় লেখে ‘গীতগোবিন্দ”-ৰ  “সাৰাবতী” টীকা।

    সেই থাকি মহাভাৰত শাস্ত্র পুৰাণ আদিৰ অনুবাদ হবাৰ ধৰিল বেশী কৰি ‘নিজদেশ’ ভাষা তথা “কামতাপুৰী” ভাষাত। ৰাজসভাৰ সাহিত্য হামৰা দুর্লভনাৰায়ণে আমল থাকি দেখি(১৩৩০-১৩৫০); কিন্তুক মহাৰাজ নৰনাৰায়ণেৰ ৰাজসভা আছিল সাহিত্য সংস্কৃতিৰ উন্নতিৰ “সোনাৰ যুগ”।

     “আকবৰ নামায়ও বলা হয়েছে, মাল গোঁহাই (নৰনাৰায়ণ) প্রজ্ঞাবান ও উৎকৃষ্ট গুণসম্পন্ন ব্যক্তি ছিলেন” [ -পৃ- ১৩৩, কামৰূপ-কামতা কুচবেহাৰ ৰাজ্যেৰ ইতিহাস,ধর্মনাৰায়ণ বর্মা ধনেশ্বৰ মান্তা]।।

 

    কামাখ্যা মন্দিৰ তৈয়াৰ [কা. ম.- ৩.৩.]:  

     মাও কামাখ্যাৰ মন্দিৰ ভাঙ্গি ফেলাইছে কালাপাহাড়। আগেৰ বাৰ মন্দিৰ সংস্কাৰ কৰা নাই হয় বুলি মাও কামাখ্যা গোসা। এই বাৰ চিলা ৰায়েৰ ব্রতত গোসা ভাঙ্গিছে। মাও কামাখ্যাৰ আশুর্বাদত নবাৰেৰ অর্ধেক ৰাজ্য পায়া বাড়ী ফিৰিছে চিলা ৰায়। হুলাস মহাৰাজ নৰনাৰায়ণ। মেঘা মুকদুমক ডাকেয়া দায়ীত্ব দেয় মন্দিৰ গঠেবাৰ। এই বাদে সৈন্য সামন্ত, ইঞ্জিনিয়াৰ মিস্ত্রী- সগাকে নিয়া নীলাচল গেইলেক মন্দিৰ গঠিবাৰ। আৰ পৈলাতে বামুন দিয়া পূজা কৰিয়া মন্দিৰ তৈয়াৰ কৰিলেক।

      ব্রাহ্মণ্য নিয়ম আদি মানিয়া দেবী দুর্গা তথা কামাখ্যাৰ মন্দিৰ কৰা হইলেক। সৌগ সম্প্রদায় জনগুষ্ঠীৰ দশোঙ্গতি পেৰাসনত মহাৰাজাৰ হুকুমত তৈয়াৰ  হইলেক মন্দিৰ ;-

   “ছয়মাস মানে মঠ যেবে বান্ধা ভৈলা।

      তেবে নৃপতিৰ ঠাই দূতক পঠাইলা।।

         ---- --- -- -- -- -- -- ---

    তিনি লক্ষ হোম দিলা এক লক্ষ বলি।

    সাত কুড়ি পাইক দিলা কৰি তাম্রফলি।।

     সুবর্ণ ৰজত তাম্র কাংস্য পাত্রচয়।

     অখণ্ড প্রদীপ উচর্গিলা মনোময়।।

     -------------------------------

    দণ্ডছত্র সিংহাসন শ্বেত যে চামৰ।

    উচর্গা কৰিলা নাৰায়ণ নৃপবৰ।।

    ব্রাহ্মণ দৈবজ্ঞ নট ভাট তাঁতী মালী।

    কমাৰ কুঁহাৰ বাড়ই ধোবা সালেই তেলী।।

    --------------------------------

    বোলে গোঁসানীৰ পূজা প্রথমে কৰিব।

    গোঁসানীৰ প্রসাদ আমাক আগে দিব।।

    এহি মতে নাৰায়ণে কৰি নিবন্ধন,

    দণ্ডয়তে প্রণামিলা দুর্গাৰ চৰণ”।।

 

    সাত দিন উপাস ব্রতত থাকিয়া চৌষট্টি উপাচাৰত পূজা কৰা হইলেক। আৰ খালি একদিনে পূজা না হয়, দিনে দিনে যাতে পূজা হয়, ইয়াৰ সৌগ ব্যবস্থা আদি কৰা হইলেক। আৰ ইয়াৰ জোগাৰ কৰিৰ বাদে বা দেখশোন কৰিৰ বাদে যতো মানষি নাগে, সৌগ দেওয়া হইলেক, সৌগ বর্ণ জাতি গুষ্ঠী  থাকিয়া [বামুন, দৈবজ্ঞ, নট, ভাট, কামাৰ, কুমাৰ, তেলী, মালী, মুচিয়াৰ, হাৰী, বাড়ই, ধোবা ইত্যাসি সৌগ; আৰ “সাঙ্গেপাঙ্গে পঁচিশহাজাৰ” ধন দিয়া বসতি গঠে দিল ওটি। সেই থাকি এই কামাখ্যা নগৰ। এবং নৰনাৰায়ণ চিলা ৰায়েৰ মূর্তিও পূজা হয় ওটি কামাখ্যা পূজাৰ পাছোত। এই নিয়ম কৰি দিয়া দেবী দুর্গা বা কামাখ্যা বা ভগবতী বা গোঁসানীৰ চৰণত ভক্তি জানেয়া চলি আইসে মহাৰাজ নৰনাৰায়ণ আৰ ভাই চিলা ৰায়।

 

  দয়াবান নৰনাৰায়ণ চিলা ৰায় কথা [দ. ন. চি.-:৩.৪.]:   

      বৈষ্ণবি মানব জীবনেৰ কাহিনী পূর্ণতা লাভ কৰিৰ না হয় যদি দয়া-মায়া সুবাঞ্ছা ইত্যাদি গুণলাৰ পৰকাশ না পায়। হামৰা জানি, সয়ং শ্রীকৃষ্ণ একদিন জৰাসন্ধৰ সাথত যুদ্ধত উমাৰ ৰথেৰ নিশ্বান হোসকেয়া ভিড়েৰ মধ্য দিয়া পালে গেইছে যুদ্ধক্ষেত্র থাকি। এটা কাপুৰষতা! বিষ্ণু অবতাৰ শ্রীকৃষ্ণ এই কাপুৰুষ হইলেক ক্যানে? কাৰণ, জৰাসন্ধৰ লক্ষ লক্ষ সৈন্য। জৰাসন্ধৰ সাথত জিতিবাৰ হইলে লক্ষ লক্ষ সৈন্যক মাৰা খায়। এতো প্রাণহানি ধর্ম সবে না। এই বাদে পালেয় গেইলেক। জিতিবাৰ হইলে কায়দা কৰি জৰাসন্ধক একেলাকে মাৰিবে; সৈন্যলা তো কোনো দোষ কৰে নাই!

     এই নাখান আজি খালি পখি জীবেৰ ৰক্ষাৰ তানে এমুন এক দ্যাশ জয় কৰিয়াও মাহাৰাজ নৰনাৰায়ণ আৰ সেনাপতি চিলা ৰায় ৰাজ্য ফিৰি দেয়।       

    সন্ধ্যা ৰায়ৰ সাগাই তথা ধর্মনাৰায়ণেৰ দুৰাই বংশ তথা অৰিমত্তবংশৰ শেষুয়া ৰাজা মৃগাঙ্কৰ বংশ থাকি ডুমৰুয়া দ্যাশেৰ ৰাজা আছিল অতি ধর্মমতি। উমাৰ সাথত যুদ্ধ হইলেক।

         “তানে (মৃগাঙ্ক) বংশে ডুমৰুয়া দেশৰ নৃপতি।

         মহাপৰাক্রমী ধর্ম্মবন্ত মহামতি।।

         সেহি দেশে প্রবেশিলা নৰনাৰায়ণ।

        দেখি ডুমৰুয়া ৰাজা দিলে ঘোৰ ৰণ।।

 

        ৰণে জিনি চিলা ৰাই ৰাজাক ধৰিলা।

        নৰনাৰায়ণ নৃপতিৰ আগে দিলা।।

        বন্দী কৰি থৈলা দিয়া কটোয়াল হাতে”।

      কিন্তুক ঐ ৰাজাৰ আছিল মেলা “ঘোগ” (ঘুঘু) পখি। পখিলা বোল ধৰা। ৰাজাৰ বন্দী অবস্থা দেখি মনমৰা হয়া গেইল। যেঠি-সেঠি পড়ি ৰইল না খায়া নাদায়া। মহাৰাজ নৰনাৰয়ণ সগাকে পোছে, কি ব্যাপাৰ! পখিলা অমুন কৰি পড়ি আছে ক্যানে? কাঁহোয় কবাৰ না পায়। স্যালা ডুমৰুয়া ৰাজায় কয়, - মহাৰাজ, ঐলা মোৰ পোষা পখি। মোৰ এই অবস্থা দেখিয়া উমৰা খাওয়া-দাওয়া ছাড়ছে:

    “ডুমৰুয়া বোলে শুনা মহাৰায়।

     মোক স্নেহে পক্ষী গণে এৰিয়া নজায়।

     আহারো নাখাই ল লৰয়ে ন চৰয়।

     ইহাৰ কাৰণ শুনিয়োক মহাশয়।।

 

         এই কথা শুনি মহাৰাজ নৰনাৰায়ণ কইলেক-, সগাৰে ৰক্ষা চাই। বুঝা গেইছে, এই ৰাজা ধর্মমতী।

     স্যালা মহৰাজ নৰনাৰায়ণেৰ আদেশোত ছাড়ি দেওয়া হইলেক ডুমৰুয়া ৰাজাক। কাৰণ, এই ধর্মীষ্ট ৰাজাৰ ভিতি অন্যায় কৰিলে পখিলাও কষ্ট পায়; সুতরাং ধর্মৰ জয় হউক। পখিজীব, মানষিজীব সগাৰে জয় হউক।

        “ডুমৰুয়া ৰাজা অতি আনন্দে মনত।

         মল্লদেৱ চৰণে কৰিয়া দণ্ডৱৎ।।

        চলিলন্ত দেশে ৰাজা প্রজাগণ যত।

        ঘোগ পক্ষী সবে চলি গৈলন্ত লগত।।

     এই হইলেক বৈষ্ণব ৰাজাৰ জীবেৰ ভিতি মায়া-দয়া ছেনেহ। ইমৰা কোনো দিনা নিৰস্ত্র বা পালেয়া যাবাৰ ধৰিছে এমুন সৈন্যক নাই মাৰে। ক্ষমা চাইছে যায়, তাক ক্ষমা দিছে, ৰক্ষা কৰিছে পতিতক।

 

 “চন্দ্রদিবাকৰ” কথা [চ. দি.: ৩.৫.]:  

      ‘চন্দ্রদিবাকৰ’ আসলে ‘চান” আরো ‘বেলা’ [চন্দ্র আরো সূর্য্য]। অর্থাৎ চন্দ্রবংশ আরো সূর্য্য বংশ। ভাৰতেৰ আর্য্য মানষিৰ নানান ধর্মীয়া আর্থসামাজিক তথা সাংস্কৃতিক মিলামিশা তথা বিবর্তনেৰ পাছোত পৰধান দুই বংশ তৈয়াৰ হয়- , “সূর্য্যবংশ” আরো “চন্দ্রবংশ”। সূর্য্যবংশ উত্তৰ ভাৰতত অযোধ্যা কেন্দ্রিক, চন্দ্রবংশ মিথিলা বা কামৰূপ কেন্দ্রিক। পাছোত এই দুইবংশৰ এমুন অবস্থা যে, দোসৰা কৰি দেখা মুসকিল। এই মোটামুটি আর্য্য সমাজ ব্যবস্থা। এই তানে আর্য্য সমাজেৰ চন্দ্রবংশ আরো সুর্য্যবংশক একে নগে দেখা হয় বা কওয়া হয় [চন্দ্রদিবাকৰ]।

     এই বাদে হামৰা সোনাৰায়েৰ গানক ফম কৰি :

  “ সত্যঠাকুৰ সোনাৰায়/ গিৰস্তক দেও হে বৰ/ ধনে বংশে বাড়ুক গিৰি চন্দ্রদিবাকৰ।/ গোয়ালীত বাড়ুক গৰু ভাণ্ডাৰতে ধান/ দেওয়ানী দৰবাৰে গিৰি পাউক ফুলপান”।

     অর্থাৎ হে সত্য ঠাকুৰ সোনা ৰায়, গিৰস্তক বৰ দেও; যাতে গিৰস্তৰ বংশ (চন্দ্রবংশ আরো সূর্য্য বংশ) বাড়িয়া ওঠে; গিৰস্তৰ গোয়ালীত গৰু বাড়ে, ভাণ্ডাৰত ধন বাড়ে; আৰ দেওয়ানী-দৰবাৰত যাতে ফুলপান(মান) পায়।

 এই গান  চিৰন্তন সমাজ বিবর্তননামা। মানষি নিজেৰ পৰিচিন নিজে দিয়া লেখিছে; এটিও মহাৰাজ নিজেৰ পৰিচিন নিজে দিছে- “চন্দ্রদিবাকৰে একগোটা কীর্ত্তি থৈয়ো”।  

     মহাৰাজ নৰনাৰায়ণেৰ আদেশ কৰে যে, ব্রহ্মপুত্রৰ খাড়ুভাজ সোজা করো, সোজা ভাবত বয়া যাউক এই ডাঙৰ ব্রহ্মপুত্র নদ। হামাৰ চন্দ্রবংশ আরো সুর্য্যবংশৰ কীর্তি ৰয়া যাউক দুনিয়াত:

       বলয়া আকাৰ ব্রহ্মপুত্র আছিলন্ত।

       পাণ্ডুনাথ সীমা কৰি দক্ষিণ কুলত।।

      পাচে নৰনাৰায়ণ ৰাজ চিলাৰাই।

      পাত্র মিত্র সমে আলোচিলা দুইয়ো ভাই।।

 

      খাৰুৰ আকাৰে আছে ইতো তীর্থবৰ।

      সৈন্য সবে জাঠি জোঙ্গ দৰিয়া সত্তৰ।।

     ---- -------- -- -- -- -- -- ----- - 

     হাজোৰ সোতত মহাৰঙ্গে পেলাই দিয়ো।

     চন্দ্রদিবাকৰে একগোটা কীর্ত্তি থৈয়ো।।

     যেবে আজ্ঞা কন্নিত নৰনাৰায়ণে।

     খানিবে লাগিলা জাঠিো জোঙ্গে তেতিক্ষণে।।

 

     চমু হৈল বহল ভৈলন্ত অদভূত।

     দেখিয়া আনন্দ ভৈলা বিশ্বসিংহ সুত।।

 

      চিলাৰায়েৰ গোঁসানী আৰাধনা [ চি. গোঁ. আ.:৩.৬]:                              

    দেবী ক্ষেত্র কামৰূপেৰ দেবী আৰাধনা পৈলা কাজ। কিন্তুক এতো এতো ৰাজ্য জয় কৰিয়া দেবী মন্দিৰ সংস্কাৰ কৰিৰ চায়াও মতি অইন্য হইল- আগত পশ্চিম ৰাজ্য জয় কৰিবে পাছোত গঠিবে মন্দিৰ। এই নাখান কণেক ভুল কৰিয়া গৌড় দখল কৰিৰ যায়া বন্দী হয় চিলা ৰায়। এই অবস্থাত চিলা ৰায়েৰ দেবীৰঠে নেহৰা, ব্রত। এক বামুনেৰ হাতেৰ জল খায়া বামুনক সাক্ষী থুইয়া দেবীৰঠে নেহৰা কৰে, ভুল হইছে, এই বাৰ ক্ষমা কৰি দিলে গঠিবে মন্দিৰ:  

 

      প্রতাপ ভূঁয়াৰ পুরোহিত বিপ্র এক।

      তাম্রৰ ঘটত জল দিলন্ত প্রত্যেক।।

      সেহি জল পানে ৰাজা সন্তোষিত ভৈলা।

      বিপ্রক সম্বোদ্ধি বাক্য বুলিলাক লৈলা।।

 

      মঞি যদি ৰাজ্য পাওঁ দেশ আপোনাৰ।

      তেবে সত্যে সত্যে ভাল সাধিবো তোমাৰ।।

      এহি বুলি নিৰাহাৰে ব্রত ধৰিলন্ত।

      কায়বাক্যমনে গোঁসানীক চিন্তিলন্ত।।

     

      স্বপনত দৰিশন দিয়া আশুর্বাদ কৰিল দেবী। নবাবেৰ মাওক(কুনো বইয়োত আছে বেটিক) সাপ দংশিলে চিলা ৰায় ঝাড়িয়া ভাল কৰিবে; তাতে মিত্রতা হবে নবাবেৰ সাথত। স্বপন ফলিল। ৰাজ্যৰ গঙ্গাৰ উত্তৰখান পাইল চিলা ৰায়। এই ঢক কৰি চিলা ৰায়েৰ দেবী সাধনাৰ সিদ্ধি হয়। জয় হয় কামতাপুৰেৰ। চিলা ৰায় নৰনাৰায়ণ সংস্কাৰ কৰে কামাখ্যা মন্দিৰ। এই নাখান চলি থাকে দেবীক্ষেত্র কামৰূপেৰ কামৰূপতত্ব চিৰন্তন বা সনাতনি বৈদিক হিন্দু ৰীতি। ঋগ্বেদেৰ “দেবীতিস্র”-ৰ মাঝত “মহী” দেবীই এই কামৰূপিণা  ভগবতী কামাখ্যা-[ ঔঁ মহিষাসুৰযুদ্ধেষু ত্বয়াপি কামৰূপিণা। চিত্রং তনুত্রয়ং দহ্যং কৃতং যুদ্ধং সুদাৰুণম্।। অতস্তদ্বলিদানেন তুষ্টা ভবতু চণ্ডিকা।”- পুরোহিত দর্পন]। এই দেবী দুর্গা বা চণ্ডিকা থান “চণ্ডিকাবেহাৰ”-ই আছিল বিশ্বসিংহৰ এক ৰাজধানী[ভ্রমৰাকুণ্ডৰ বগলত], পাছোত কুচবেহাৰ।

 

    নাৰায়ণ অংশত উপজা চিলাৰায়েৰ নাৰায়ণত সমাপন [না. অ. উ.: ৩.৭]:   

    নাৰায়ণ অংশত উপজন নৰনাৰায়ণ আৰ চিলা ৰায়েৰ; ৰাম আৰ লক্ষ্মণ যেমুন; কৃষ্ণ আৰ বলৰাম যেমুন! ঠিক তেমুনে ডাঙৰ ভাই পূর্ণ নাৰায়ণ, উমাক ছাড়িয়া দেব নাৰায়ণেৰ মাঝত বিলীন হয়া গেইলেক মহা তেজস্বী মহাবীৰ মহাযুগভ্রাতৃ শুক্লধ্বজ নাৰায়ণ ৰায়।             

     গৌড়েৰ সৌগ জনগণ, বিশেষ কৰি হি্দু মানষি বাদশাৰ ভিতি ৰুষ্ট। এক সন্যাসী আইসে কামতাপুৰ, সহায় চায়। এই ঢক কৰি গৌড়েৰ সাথত ফিৰ যুদ্ধ। নৰনাৰায়ণেৰ আদেশত দেবীপূজা সমাপন কৰি যুদ্ধ যাত্রা। যুদ্ধত ডাঙৰ জয়। এই জয়েৰ মাঝত আন এক জয়। “বেহাৰ” থাকি খবৰ গেইল চিলা ৰায়েৰ বেটা উপজিচে। কি হুলাস! ব্রাহ্মণক দান কৰিল বহু এই বৈষ্ণব ৰাজা:

       “বেহাৰ পৰা দূত গৈলন্ত।

       ৰাজাৰ আগত বার্তা কৈলন্ত।।

       জন্মিলন্ত পুত্র যুবৰাজৰ।

       শুনিয়া আনন্দ ভৈলা অপাৰ।।

 

       চিনাকোনীয়া ব্রাহ্মণক নিলা।

       কনক অঞ্জলী দান দিলা।।

       আরো চিনাকোনা নামে গ্রাম ।

       দিলা ব্রহ্মত্তৰ কৰি নাম।।

 

      অনেক দান দিলন্ত যত।

      তান সংখ্যা আমি কহিবো কত।।

      শুনিয়ো সমস্তে সভাসদ।

       বৈষ্ণব ৰাজাৰ ইতো পদ।।

 

       বৈষ্ণব বিষ্ণুৰ একে নাম।

       জানি সবে বোলা ৰাম ৰাম”।।

 

 কিন্তুক আৰ কতো জয়! লৌহিত থাকি কোশি নদী; পাহাড় থাকি সমুদ্রতক কামতাপুৰ। আৰ কতো কর্মযোগ! এই ছাকে সমাপন, স্বর্গারোহণ।

      এই ডাঙৰ সাম্রাজ্য গঠে দিয়া নৰেৰ নাৰায়ণ নৰনাৰায়ণেৰ হাতত সপি দিয়া ছোট ভাইয়েৰ স্বর্গেৰ নাৰায়ণত দেহা গতান:-

 

  “মনে বোলে আয়ু ক্ষীণ ভৈলা      জানিলো ঈশ্বৰ আজ্ঞা কৈলা

            মোৰ এহি বেলি নাহি জানো প্রতিকাৰ।

 নাহি কয় একো সুখ শান্তি           থিৰ কৰিলন্ত গুণি গাণ্ঠি

           মনে মাধবৰ চৰণে কৰিলা সাৰ।।

 

 শুনিয়োক দদা নাৰায়ণ        মোহোৰ অবশ্যে হইবে মৰণ

           সম্পিলোঁ তোমাত উপজিছে পুত্রখানি।

হৰি হৰি কিনো ভৈল অসুখ       নেদিখিলোঁ নিজ পুত্র মুখ

               পালিবা পুত্রক আপনাৰ যেন জানি।।

 গো ব্রাহ্মণক কৰিবা পতি       যেনে তুষ্টে থাকে ভগবতী

         তাকেসে কৰিবা নকৰিবা আন মন।

 মোক লাগি শোক এৰিয়োক       চলোঁ আজি মঞি পৰলোক

             কৰিলা আদেশ মোক দেবনাৰায়ণ।।

 

 এহি বুলি গঙ্গা জলে নামি         চিন্তিলন্ত সনাতন স্বামী

               নাৰায়ণ বুলি ত্যজিলন্ত পঞ্চপ্রাণ।

 শুক্ল হংস ৰূপে জীব গৈলা        অক্ষয় স্বর্গক গৈয়া পাইলা

            নাৰায়ণ দেবে দিল আপনাৰ থান।।

ভাতৃৰ সুকৃতি দেখিয়া ৰাজা       আনন্দিত ভৈলা অনেক প্রজা

             সবে জয় জয় কৰিলন্ত জয়ধ্বনি।

 অনেক মঙ্গল বাদ্য বজাই       অগৰু চন্দনে দাহ কৰাই

         আকাশ লঙ্ঘিয়া ঊঠিয়া গৈলা অগনি।।

 

  কৰাইলন্ত দশপিণ্ডদান       দূত পাঞ্চি দিলা থানেথান

     দ্রব্যক অনাই বৃষোৎসর্গ কৰাইলন্ত।

অলেখ কৰিয়া দান দিলা        বিপ্র বৈষ্ণবক সন্তোষিয়া

        দক্ষিণাৰ লেখা জোখা নাহি আদি অন্ত।।

          জাতিতত্ত্বৰ জটিল পুছাৰি বা উয়াৰ ব্যাখ্যা এটিকাৰ আলোচ্য নোয়ায়। এটি যেমুন কৰি ‘উপস্থাপনা’ কৰা হইছে, ঠিক সেমুন কৰি তলতি ধৰা হইলেক পদলা, আৰ ইয়ারে মাঝত কণেক দুই কথা আইসেই। নাৰায়ণ ৰাজবংশক নাৰায়ণ অংশত উপজা নাৰায়ণতে সমাপন দেখা যায় ‘বৈষ্ণব ৰাজাৰ’।

 

 কুচবেহারেৰ ৰাস: [কু. ৰা.:৪.০]:

ৰাসচক্র ৰাশিচক্র: কামতা-কুচবেহাৰেৰ এক  ঐতিহ্যবাহী আধ্যাত্মিক প্রকাশ ৰাস আইসে ৰাস যায়; গোটায় পনরো দিন ধৰি চলি থাকে ধুমধাম। হৈ-হাজাৰ মানষিৰ ওলামেলা। দৰংৰাজবংশাবলী নাৰায়ণ ৰাজবংশৰ এক ঐতিহ্যবাহী পার্বণ। ইয়াৰ সাথত দৰংৰাবংশাবলী উপস্থাপনাৰ মিল উটকাই। হামৰা ৰাসচক্রৰ ভিতি চখু ফেলাই, যা বনায় হামাৰে এক ৰাজ্যবাসী মোছৰমান ভাই। সংহতিৰ এই কুচ-বেহাৰত বৈষ্ণব সাধনাৰ এই ৰাস পূজাত মোছৰমানেৰ অংশগ্রহণ সচায় সেই কালেৰ ৰাজশাসকেৰ এক উদাস মানসিকতাৰ চিন।

     যাই হউক, এই ‘ৰাসচক্র’ কী? এইটাক ক্যানে অমুন কৰি তৈয়াৰ কৰা হয়; বা ক্যানে ঘুৰা হয়!  আমৰা জানি সেই ‘ৰাশিচক্রৰ’ কাথা। সেই ৰাশি চক্রয় ‘ৰাসচক্র’ ; আৰ ‘ৰাসচক্রয়’ ‘ৰসচক্র’- ব্রহ্মাণ্ড সিজ্জনেৰ বা ব্রহ্মাণ্ড ঘুৰণেৰ বা পৃথিবী ঘুৰণেৰ চাকা। আৰ এই টায় বিষ্ণুৰ চক্র।

     সুর্য়্যয় হামাৰ গোটায় ব্রহ্মাণ্ডৰ শক্তি দাতা। সূর্যয় বিষ্ণু, সুর্যয় শিব। আমৰা এটি বৈষ্ণব তত্ব নিয়া আলোচনা কৰিমু। ‘গো” মানে আলো, ব্রহ্মাণ্ড, শক্তি, গিয়ান, পৃথিবী ইত্যাদি। পৰম ভগবান বিষ্ণু বা দেবাদিদেব শিব “হৰ” এবং “হৰি”। এই হৰ এবং হৰি শব্দ আসিছে “অহুৰ” বা অসুৰ” থাকি। ঋগ্বেদত অসুৰ(অহুৰ) কোন দৈত্য বা বেয়া শক্তি নোয়ায়, বৰং “ঈশ্বৰ, নেতা, গুৰু, পূজনীয়” ইত্যাদি। এই বাদে শিব, বিষ্ণু, ইন্দ্র, অগ্নি সগায় ‘অহুৰ’। ভাল দিন পাছোত “পৌৰাণিক” কাহিনীকৰণত ইতিহাস হয় অইন্য নাখান- অসুৰ মানে হয় দৈত্য। 

    বিষ্ণুৰ নাম- ‘গোধাস’, ‘গোবোন্দ’, ‘গোপাল’, ‘গোস্ৱামী’। এই বিষ্ণুই হইলেক ব্রহ্মাণ্ডৰ চালক শক্তি। এই বাদে নাম “গোধাস”[ ‘গো’—ধা( to propel,  ধাবিত কৰা]; গোবিন্দ[ গো- বিদ্ (to know)- বিশ্বব্রম্হাণ্ডক জানে যায়। বিষ্ণু হইলেক – “গোপাল”। ‘গো’-ক পালন কৰে যায়। ‘গো’- মানে গৰু; এবং কৃষ্ণ গৰু চৰায়। এইটা প্রতিকী বিষয়। সাধাৰণ মানষিক কৃষ্ণৰ ভিতি ভক্তিবান কৰিৰ তানে – এই কাহিনী। বিষ্ণু “গোস্ৱামী”, অর্থাৎ পৃথিবীৰ বা ব্রহ্মাণ্ডৰ সোয়ামী।  

   বিষ্ণুই মহাজাগতিক মহা জ্যোতিষ সূর্য্য। অৰ এই বাদে ইয়াক কেন্দ্র কৰি ৰাশি চক্রৰ ঘুৰাণি- জ্যোতিষশাস্ত্র মতত বা মিডিয়ান ( মধ্যপার্শিয়া ) বা পাছোত অথর্বান কামৰূপী ধাৰণাত এই ৰাশি চক্রৰ ‘গো-পী’ ‘গোপ’ নাৰী নোয়ায়। বিশ্বব্রহ্মাণ্ডৰ নাৰী শক্তি ( বা সৌগ প্রাণ, কৃষ্ণ একেলায় পুৰুষ আৰ সগায় নাৰী- এই ধাৰণা)। আৰ এই নাৰী শক্তিৰ মূল “ৰাধ”(শক্তি, সম্পদ, বৈভব, ধন, ভগ)। ঋগ্বেদত বেদত এই “ৰাধ” বা “সত্য ৰাধ”। মানষি যা কিছু চায়, সেই টায় “আৰাধনা”- ‘ৰাধ’-কে চাওয়া। এই বাদে “ৰাধা”।  এই বাদে বিশ্বব্রহ্মাণ্ডৰ ‘ৰস’ (সিজ্জন প্রবাহ)। ইয়াৰে আনুষ্ঠানিক উজ্জাপন “ৰাস”। আৰ এই তানে “ৰাসচক্র/ৰসচক্র/ৰাশিচক্র”।  বিশ্বসংসাৰেৰ চলচ্ছক্তি মানষিৰ সংসাৰত একে ভাবত বিদ্যমান।

    ‘গো’ মানে আলো। এই বাদে “গোৰা” মানে ফৰসা(পুং)। ‘গো-ৰী” মানে নাৰী (যায় ফৰসা)। এই বাদে মূলত: গৌৰীদেবী “গোৰীদেবী”। “চল গোৰী লে যাবো তোকে দেশে”- এটাৰ “গোৰী” উচ্চাৰণ স্বাভাবিক প্রাচীন ধাৰাৰ চলচ্ছক্তি ৰূপ। প্রাচীনত “গোতম” ঋষি; ‘গৌতম ঋষি’ নোয়ায়। বুদ্ধদেব “গৌতমবুদ্ধ” নোয়ায় “গোতম বুদ্ধ”[ জ্ঞানীতম বুদ্ধ]। কামতাপুৰীত ‘গৌতম’ শব্দক “গোতম”  উচ্চাৰণেৰ লোক-ধাৰা আছে; এইটা প্রাচীন প্রবণতা।

    মহাযোগী “গোৰক্ষনাথ” গো-(বিশ্বজগত)-এৰ ৰক্ষক অভিধাত অভিধিত। ইমাক পূজা কৰিলে ‘গোৰু” ভাল থাকিবে- সাধাৰণ মানষিৰ সামাজিক জীবনত গোসম্পদ উন্নতিৰ আশাত গোৰক্ষনাথেৰ পূজা কৰুক- এই বাদে গোন্নাথেৰ গান এবং পূজা। “গবেষণা”[ গো- এষণ+আ] গৰু উটকা নোয়ায়; আলোৰ ওণাষ। প্রাচীন ঋগ্বেদেৰ ৰীতিত এইলাৰ স্বাভাবিক উচ্চাৰণ। পাছিলা সমায়ত  “গৌ- গাৱ- গাম” বা ‘ৰাধ”-ৰ “ৰাধনা”-ৰ সাথত “আ” উপসর্গ যোগ পাছিলাৰ ৰীতি। “গোৰু” গোমাতা ৰূপ। শক্তি-সম্পদ পৃথিবী ৰূপ। এই বাদে নাম ‘গো-পশু”।  

    যাই হউক, এই বিষ্ণুক্রান্তাৰ নৰক বা বিশ্বসিংহ বংশৰ এই বৈষ্ণব পূজাত কামদেব/মদনকাম মহিমাময় হয়া চলি আছে।   

          “Naraka Janaka hail, it may be supposed from such a stock which is called Alpine”[ Das A. C.,

              Rigvedic India, p-1-18, Referred in Kamrupa Shasanavali, p-100.]

    এই আল্পাইন আরো ইৰাণিয়ান মানষিলায় গঠি তুলিছে প্রাচীন বৈদিক ব্রাত্য বা আধ্যাত্ম ধাৰা যে-ধাৰাত মানষি “গুণকর্ম বিভাগশ:” ৰীতিত ব্রাহ্মণ দেবতা বা ভগবানত উন্নতীত হয়।

   এই বিষ্ণুক্রান্তাৰ বৈষ্ণব আদর্শ সদায় বিৰাজমান। এই বাদে

 এই  দৈব বিভাৰ উন্নয়নেৰ শেষুয়া উদাহৰণ নৰনাৰায়ণ আরো চিলা ৰায়।

 

 যৌনপূজাৰীতি উপমা:[ যৌ. উ. ৫.০]:  

    যৌনপূজাৰীতি উপমা প্রাচীন সাহিত্য ৰীতি। মহাকাব্য পুৰাণগিলাত এই ৰীতিৰ চল। মহানক আরো মহান দেখেবাৰ তানে কোনো মহান দেৱতাক পিতা আখ্যায়ন এই ৰীতিৰ উপমা আশ্রয়। হনুমান পবনপুত্র, কর্ণ সুর্য্যপুত্র, যুধিষ্ঠিৰ ধর্মৰাজপুত্র, অর্জুন ইন্দ্রপুত্র ইত্যাদি উপমাৰ আশ্রয় চৰিত্রৰ মহতিকৰণ (glorification)। এই ৰীতিৰ নাম Phallicism. বিষ্ণু ভক্ত নৰক ভৌম বিষ্ণৰ পুত্র, বিশ্বসিংহ শিবপুত্র- এইলা মহতিকৰণ (glorification ) ৰীতি।  

 উপসংহাৰ: [উ.- ৬.০]:

   দৰংৰাজবংশাবলী পাণ্ডুলিপি ল্যেখাইয়া সুর্য্য খড়ি দৈবজ্ঞ। পাছিলাৰ সম্পাদক বিশ্বনাৰায়ণ শাস্ত্রী ভৱপ্রসাদ চলিহা। সম্পাদক ভূমিকাত লেখিচে ‘কোচ’; কিন্তুক ভিতিৰাত কোন ‘কোচ’ পৰিচয় বা সংস্কৃতি নাই। অচানক কাণ্ড! দৰংৰাজ পৰিয়াল থাকি পাণ্ডুলিপিৰ ফটোকপি মোৰঠে গোটো আছে ডাঙৰিয়ানী বাঈ বকুল ৰায়েৰ মাধ্যমত। উয়াত কিন্তুক দুই একনা পাতা পাওয়া নাই যায় যে-জাগাত বারো ম্যাচ-এৰ কথা আছে। ঐ শব্দলা ‘প্রক্ষেপ’-ও হবাৰ পারে। যাই হউক, ‘দৰংৰাজবংশাবলী’ এক জ্বলোলই কাব্যইতিহাস। মহাপণ্ডিত সুর্য্যখড়ি দৈবগ্যৰ অমৰ সিজ্জন।

   উপসংহাৰ: [উ.- ৬.০]:

   দৰংৰাজবংশাবলী পাণ্ডুলিপি ল্যেখাইয়া সুর্য্য খড়ি দৈবজ্ঞ। পাছিলাৰ সম্পাদক বিশ্বনাৰায়ণ শাস্ত্রী ভৱপ্রসাদ চলিহা। সম্পাদক ভূমিকাত লেখিচে ‘কোচ’; কিন্তুক ভিতিৰাত কোন ‘কোচ’ পৰিচয় বা সংস্কৃতি নাই। অচানক কাণ্ড! ভিতিৰাত কোনো মেচ সংস্কৃতিও নাই। ঐ শব্দলা ‘প্রক্ষেপ’-ও হবাৰ পারে। যাই হউক, ‘দৰংৰাজবংশাবলী’ ‘বৈষ্ণবৰাজাৰ, এক জ্বলোলই কাব্যইতিহাস। মহাপণ্ডিত সুর্য্যখড়ি দৈবজ্ঞৰ অমৰ সিজ্জন।

 

 

 

 

 

 

Thursday, January 16, 2020

The Rig-veda and Kamrupa: An Assertive Antique Study
-        Sujan Barman

(Abbreviated)




Introduction: [Int.-1.0]:
   Domestication of wild animals and cultivation of crops and submission to natural power through mystical activity has encouraged the human being to build the civilization in ancient times. Through some simple technological progress of manufacture and use of pottery and metallic (copper and Bronze) tools civilization moved forward and came to Harappan civilization as we so far have invented. This Harappan civilization have been destroyed by the Aryan invaders. The Aryan then moved towards East to the Doab of the Ganges and Jamuna rivers. It is the general believe and hackneyed epithet. Some evidences make us believe that Kamrupa had been aryanised in early times of  the Vedas. The Rig-veda was the earliest Aryan document. This article steps to study the Rig-veda and Kamrupa with closer inquisitive view.
Aryanization Theory abandoned:[A.T.A.-2.1]:
     In ancient times Sadanira and Kartoya were identified as the same river.  ‘According to Sayanacharya, Kartoya and Sadanira are identical. Amarsingha and Hemchandra also assumed that Sadanira is another name of Kartoya1.   As per Satapada Brahmana (IV.1.17) the king Videgha-Madhava held fire in his mouth and moved forward to the East. With the fire held in his mouth purified all the regions, and while crossing the river Sadanira the fire died down. But some scholars did not agree with the idea that Sadanira was identical with Kartoya. They thus abandoned the theory of Aryanization of Kamrupa in so early times2.
   Aryanization Theory in Hesitation:[A.T.H.-2.2]:
             V.R.Ramchnadra Dikshitar also hesitatingly opines ‘For we find in the Rig-veda some evidence of a movement of the Vedic people in the easterly direction3. The evidence is vague, but still it admits of a spirit of adventure on the part of Rig-vedic Indian to expand eastward. And Mr. Dikshit at last freely opines that after the defeat of Naraka Assam became completely Aryanized.4
     Rig-Veda and Kamrupa:[R.K.-3.0]:
       The evidence of Aryanization of Kamrupa is not vague. The Text of Rig-veda and other early documents should be studied closely. The Aryans came from the Middle Asia in different groups (tribes). The Indo-Aryan and Indo-Iranian groups more or less with Avestan culture through many serious wars against the Indus moved forward and made their habitations in the North-East region of India. These groups were Kambojas, Bahlikas (with Madras), Trigartas, Kurus, Uttar Kurus, and Panchalas and so on. They made the Aryan colony states in the Sinds. Indra, Bharat and later in the Eastern countries (Prachya Desha) Amurtaraja and Naraka etc destroyed the Non-Aryan kings. Amongst them Indra was the greatest hero who destroyed one hundred ‘Puris’ of Samabara.     
      At that Rig-vedic time Asur or Danav was not Non-Aryan identity. Indra, Agni etc were called Asur. In those days Asur denoted something or someone strong, dominant and respectable. In Avestan language Indor means demon. ‘Ahur’ means God. This ‘Ahur’ became ‘Asur’.
     The Rig-Veda had been composed before 1500 or 2000 BC. Some of the scholars demarcated Aryavarta from the North-East India to Mithila. But in many early documents we find the boundary of Aryavarta up to Kamrupa. In the Rig-veda we find:
     उक्षा समुद्रो अरुष: सुपर्ण: पूर्बस्य योनिं पितुरा बिबेश।
   मध्ये दिबो निहित: पृश्मिरश्मा बि चक्रमे रजसम्पात्यन्तौ।।5
    Here we may explain ‘Purbasya Yoni’ as Yoni Pith, or Kamkhya Yoni. This ‘Kamakhya Yoni’ attracted the Aryan People in very early times of Aryan invasion. They entered into the Yoni  of Mother Goddess as fathers(Pitura). The Mother Goddess ‘Shakambhari’ of Sindh civilization has been absorbed in Aryan theology in very early times. This mother and father relation (God and Goddess combination) is the symbol of successful synthesis of culture.
   “Kamrupa appears to have been a famous place for pilgrimages and devotions, and the fame of Kamakhya and the Brahma Kunda had spread abroad at a very early date”6 
‘Yoni’ in later times has been named as Kamrupa in Purans. The translator Ramesh Chandra Datta has translated ‘Purvasya Yoning’ as ‘to the East’ ‘Purvasya Yoning’ literally means ‘Yoni of the East’ which is obviously ‘Kamrupa’. And the ‘Purva Sagar’ is Louhitya or Brahmaputra. Lauhitya region(village) in present Arunachal Pradesh which was really called the Sun Rising State. The famous ‘Hidden Place’ of Mythology as said in Discovery of North East India7 is in Arunachal Pradesh where remains also the famous pilgrimage Parusharam Kunda. It is very sad to mention that the English translation of that very line of the Rig-Veda reads:
    ‘Steer, Sea, Red birds with strong wings, he hath entered dwelling place of Primeval father’ 8.

     However the translator took the idea of Primeval father in his non-literal translation. Atharva is primeval father. His dwelling place is Kamrupa(Yoni)[See- P.A.A.V.-3.1].

    The sages travelled from the West Sagar(Sapta Sindh) to the East Sagar(Louhitya):   
    बातस्याश्बो  बायो सखाहथ देबेषितो मुनि:।
   उभौ समुद्रा क्षेति यश्च पूर्ब उतापर।। 9  [The Steed of Vata, Vayu's friend, the Muni, by the Gods impelled,
In both the oceans hath his home, in eastern and in western sea. -Tran. By Ralph T. H. Griffitch].
        In the Dharma Shastra of Rishi Vasishta and Bodhayana it has been said that the circuit of Aryavarta was from the Sindh valley to the region of sunrise
आसमुद्रात्तु बै पूर्बादासमूद्रत्तु पश्चिमाद्।
तयरेबास्तरं गियौरार्याबत्तं बिदुबुर्धा:।। 10
     In the Satapada Brahmana the Gods lived in the Eastern side of Aryavarta; in Kalika Purana also it has been attested.The sage Vasishta, the family priest of Dasaratha lived in the hermitage at Kamakhya.
    Naraka killed Ghatakasura. Indra defated and killed Sambara, and captured hundred cities. After Sambara we find Hatakasura, Ratnasura and Ghatakasura. Naraka killed this Ghatakasura and became the ruller of Pragjyotisha(Kamrupa). Vishnu helped him. Vishnu was his father. In every invasion Vishnu helped the Aryan Chiefs. Indra was greatly helped by Vishnu; and he himself sometimes was called Vishnu. So Naraka naturally may be called another Aryan hero destroying Kirata power backed by Vishnu.  This happened in the Rigveda period. At this period Asura never denoted Non-Aryan one, rather any honourable dominant an respectable personality.    
   ‘The Indo-Mongoloid populations of Eastern India were also massacred during the later Aryan invasions in what is referred to as the Naga or Kirata holocaust’. 11 These Naga and Kirata holocaust occurred most possibly and reasonably by Amurtaraja and Naraka.
   So the Kiratas were driven by Naraka; and some of them had been subjected. The Naga, Kuki, Khasi, Rabha are the Kiratas. This Kiratas driven by Naraka settled in the Chatta region named Kiradia which had been spotted by Tpolemy12. Panini called a ‘Prachya Janapada’ kshatriya rulers named Suramasa13. This ‘Suramasa is Soumar. According to ‘Yogini Tantra’ the Saumars are the descendants of Indra14. In the Rig-Veda, Indra had been called as Easterner15.  And Indra’s use of elephant denotes his Easterner identity.
    Naraka was the son of Siradhwaja Janaka.(Jan+ak; father of jan), the king of MIthila. With this name of Janaka, the name Naraka(Nara+ak) resembles in every sense which means guardian of Nara(Man). Thus we find a clear explanation of the term ‘Pitura’(as father). The Aryan came to ‘Yoni’(Kamrupa) as father to rule over. In the adventure of Videgha Mathava, the sage Gotama was his family priest. And this Gotama was the priest of Janaka and so this Gotama performed the first ritual shaving of Naraka.
         The Aryan invasion occupied so many places of ‘Yoni’(Kamrupa) which we clearly find mention in the Rig-Veda:
  स हि द्युता बिद्युता बेति सम पृथुं योनिमसुरत्वा ससाद।
  ससनीलेभ: प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य माया:। 16    
     Here Indra occupied so many places of Yoni(Yoni Kshetra) by force. But here also, the translator misinterpreted the line. He wrote: ‘Indra occupied many places by’ force. But of which place? If we ask this, the answer will be ‘of Yoni’ or Yoni Kshetra. The translator suppressed the term ‘Yoni’ and he used the word ‘Places’ instead of it. This kind of translation had been done perhaps consciously, just to shroud Kamrupa(Yoni) with deep darkness. It is very sorrowful to think that without study of the Text of Rig-Veda and clear interpretation of the same so many scholars thus declared that Kamrupa had not been mentioned in the Rig-Veda. English Translator Ralph T.H. Griffitch also did the same misguiding wave of translation: ‘He goes to end his works with lighting flashes: wide is the seat his Asura glory gives him’17. Of which ‘seat’? The answer will be clear as ‘seat of Yoni or Yoni kshetra’.
     The name ‘Kamrupa’ has been described as having restorative attribution for its myth of Kamdeva being resurrected by the grace of Shiva.
    The Vedas have real literary and historical value. ‘Yoni’ is the symbol of ‘Kam’. ’Rupa’ means ‘form’, ‘shape’. So ‘Kamrupa’ is named to denote a place where Kaam(Kamana, desire) gets satisfied. Kamakhya Yoni’, ‘Yoni Kshetra’, ‘Yoni Pith’ are the names of these place of Kamrupa. In the Puranas this name ‘Kamrupa’  has been given Mythical interpretation as of the story of ‘Kamdeva’. In Kalika Purana Kamrupa is a beautiful Heavenly place where every desire gets fulfilled. In the Rig-Veda also we find places where every desire gets fulfilled.18

    Referrences:
1.     Ghoshal S.C, Kuchbeharer Itihas, Published Under Authority, State Press, 1942.
2.     Mitra Shastri Ajay, Ancient North-East India Pragjyotisha,  Aryan Books Inter National New Delhi,2002 p-15.
3.     Dikshitar V.R.Ramchandra, Aryanization of East India(Assam), An article in Discovery of North-East India, Edited by S.K. Sharma and Usha Sharma, pp- 157.
4.     Ibid, pp-160.
5.     Rigveda-5.47.3
6.     A.E.Gait-  ‘ Koch Kings of Kamrup’- page - 273
7.     Discovery of North East India,Vol-3, Mittal Pub., 2005. Preface pp-VIII,
8.     Ralph T. H. Griffitch,The Rigveda(Traslation,10-99-02), 2nd edition, 1896.
9.     Rig-Veda-10.136.5
10.  Barma Dharmanarayan, Rajbangshi kshatriya Jatir Itibritta banam tribal Andolan’ Booklet Published by Himself on 25.09.98.
11.  Prof. Naidu Uthay, Bible of Aryan Invasions, Vol-1. (Wikipedia).
12.  Ancient India as Described by Ptolemy- 1885, pp-192    
13.  Astadhyayee of Panini, [IV, 1, 170] .
14.  Yogini Tantra, Datta Barua & Co., Guwahati,14th Chap., Slako-74-76
15.  Rig-Veda, 8.6.41(पूर्बज:)
16.  Rig-Veda- 10.99.2.
17.  Rig-Veda- 9-113-10-11.
18.  Ralph T. H. Griffitch,The Rigveda(Traslation,05-47-03),2nd edition, 1896